Class 9 Social Science Chapter 4 MCQ মানৰ অসম আক্ৰমণ

Class 9 Social Science Chapter 4 MCQ Question Answer for Assamese Medium Question. Here is Your Class 09 Social Science Chapter 4 (মানৰ অসম আক্ৰমণ) Common Question Answer And it’s Explanation. here is Your Class 9 Social Chapter 4 Common Question Answer for Assamese Medium Students.

SEBA class 9 social science chapter 4 MCQ question answer,class 9 social science chapter 4 question answer history,class 9 social science history chapter 4 all MCQ question answer in assamese, class 9th social science history chapter 4 MCQ, class 9 social science history chapter 4 question answer in assamese,class 9 social science lesson 4 question answer,মানৰ অসম আক্ৰমণ class 9 MCQ question answer,মানৰ অসম আক্ৰমণ MCQ

Class 9 Social Science Chapter 4 MCQ

Question : মানৰ প্ৰথম আক্রমণ—

(ক) ১৯১৭ চন।              (খ) ১৯২০ চন।

(গ) ১৯২৭ চন।              (ঘ) ১৮১৭ চন।

উত্তৰঃ (ঘ) ১৮১৭ চন।

Question : ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?

(ক) ইংৰাজ আৰু আহোম সকলৰ মাজত।

(খ) ইংৰাজ আৰু মোগলৰ মাজত।

(গ) ইংৰাজ আৰু মানসকলৰ মাজত।

(ঘ) মান আৰু আহোমসকলৰ মাজত।

উত্তৰঃ (গ) ইংৰাজ আৰু মানসকলৰ মাজত।

Question : মানে কিমানবাৰ অসম আক্ৰমণ কৰে?

(ক) চাৰিবাৰ।                  (খ) পাঁচবাৰ।

(গ) তিনিবাৰ।                  (ঘ) দুবাৰ।

উত্তৰঃ  (গ) তিনিবাৰ। (১৮১৭ চনৰ পৰা ১৮২৬)

Question :  ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল?

(ক) মান।                                       (খ) বর্মা।

(গ) স্বৰ্গদেউ।                                  (ঘ) ভূঞা।

উত্তৰঃ (ক) মান।

Question :  মানে পতা ৰজা বুলি খ্যাত কোন আছিল?

(ক) চন্দ্ৰকান্ত সিংহ।       (খ) যোগেশ্বৰ সিংহ।

(গ) পুৰন্দৰ সিংহ।         (ঘ) বদন বৰফুকন।

উত্তৰঃ (খ) যোগেশ্বৰ সিংহ।

Question : কলীয়া ভোমোৰা দলঙৰ দৈৰ্ঘ্য কিমান?

(ক) ৩০০০ মিটাৰ।         (খ) ৩০১৫ মিটাৰ।

(গ) ৩০২০ মিটাৰ।        (ঘ) ৪০০০ মিটাৰ।

উত্তৰঃ (খ) ৩০১৫ মিটাৰ।

Question : ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

(ক) ১৮২৪                          (খ) ১৮২০

(গ) ১৮২৩                          (ঘ) ১৮২৬

উত্তৰঃ (ঘ) ১৮২৬

Question : আহোম আৰু মান সেনাৰ প্ৰথম সংঘর্ষ ক’ত হৈছিল?

(ক) শৰাইঘাটত।            (খ) চৰাইদেউত।

(গ) অৰুণাচল প্ৰদেশত।                (ঘ) জাঁজীৰ ওচৰৰ ফুলপানী ছিগাত।

উত্তৰঃ (ঘ) জাঁজীৰ ওচৰৰ ফুলপানী ছিগাত।

Question : আহোম সকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

(ক) দুশ বছৰ।             (খ) চাৰিশ বছৰ।

(গ) পাঁচশ বছৰ।            (ঘ) ছশ বছৰ।

উত্তৰঃ (ঘ) ছশ বছৰ।

Question : দন্দোৱাদ্রোহ বুলি বিখ্যাত কোন আছিল?

(ক) হৰদত্ত।                     (খ) বীৰদত্ত।

(গ) কলীয়া ভোমোৰা।        (ঘ) এজনো নহয়।

উত্তৰঃ (গ) কলীয়া ভোমোৰা।

Question : বদন বৰফুকনে কিমান সৈন্য লৈ অসমত প্ৰৱেশ কৰে?

(ক) ১৬,০০০                   (খ) ১৫,০০০

(গ) ৮,০০০                     (ঘ) ১০,০০০

উত্তৰঃ (ক) ১৬,০০০

Question : মানসকল কোন দেশৰ পৰা আহিছিল?

(ক) আৰব দেশৰ পৰা।    (খ) ব্ৰহ্মদেশৰ পৰা।

(গ) ইৰাকৰ পৰা।           (ঘ) জাপানৰ পৰা।

উত্তৰঃ (খ) ব্ৰহ্মদেশৰ পৰা।

Question : প্রথম ইঙ্গ বার্মা যুদ্ধ হৈছিল?

(ক) ১৮২১-১৮২৬ লৈ।  (খ) ১৮৩০-১৮৩৬ লৈ।

(গ) ১৮৪০-১৮৪৯ লৈ।   (ঘ) ১৮২৪-১৮২৬ লৈ।

উত্তৰঃ (ঘ) ১৮২৪-১৮২৬ লৈ।

Question : চিংফৌসকলে চাহক কি বোলে?

(ক) চাহ।                     (খ) ফানাপ।

(গ) পানী।                    (ঘ) মিঠাই।

উত্তৰঃ (খ) ফানাপ।

Question : বদৌপায়াৰ আমোলত মান সেনাই কি দখল কৰিছিল?

(ক) ছিলেট।                                   (খ) বংগ।

(গ) আৰাকান।                               (ঘ) শ্বিলং।

উত্তৰঃ (গ) আৰাকান।

Question : আলং পায়াৰ কোন আছিল?

(ক) মান ৰজা।            (খ) আহোম ৰজা।

(গ) নগা ৰজা।             (ঘ) এটাও নহয়।

উত্তৰঃ (ক) মান ৰজা।

Question : ৰঙ্গিলী কোন আছিল?

(ক) নগা গাভৰু।       (খ) ডফলা গাভৰু।

(গ) আহোম গাভৰু।      (ঘ) এটাও নহয়।

উত্তৰঃ (গ) আহোম গাভৰু।

Question : কোন বিদ্ৰোহৰ সূযোগ লৈ মান ৰজাই অসমত প্রবেশ কৰে?

(ক) মোৱামৰীয়া।                 (খ) দন্দুৱা।

(গ) লছিমা।                        (ঘ) এটাও নহয়।

উত্তৰঃ (ক) মোৱামৰীয়া।

Thank You – 9864077266

Q. কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰঃ ঘিলাধাৰী যুদ্ধত।

Q. মানৰ আক্ৰমন কোন কোন চনত হৈছিল?

উত্তৰঃ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত।

Q. গৌৰিনাথ সিংহৰ পিছত কোনে সিংহাসনত বহিছিল?

উত্তৰঃ কমলেশ্বৰ সিংহ।

Q. কেতিয়া ইংগ বৰ্মীযুদ্ধৰ অন্ত পৰে?

উত্তৰঃ ১৮২৬ চনত।

Q. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

YouTube

Also Read Class 10

Leave a Comment