Here is Your Boisitramai Axom Class 10 Chapter 4 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 4 (বড়োসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 4
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(ঘ) বড়োসকল
প্রশ্ন ১। বড়োভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত?
উত্তৰঃ বড়োভাষা চীনা তিব্বত-বর্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত।
প্রশ্ন 2। বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত হৈছিল ?
উত্তৰ: ১৯৬৩ চনত
প্রশ্ন ৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক’ আৰু ‘জুজাইনি অৰ’।
প্রশ্ন ৪। বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি?
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক।
প্রশ্ন ৫। বড়োসকলৰ পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকি – নাম লিখা ৷
উত্তৰঃ বড়োসকলৰ পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা ফুল বা চানেকি কেইটিমান হ’ল,— দাওথু আগান, ফাৰেও মেগমন, মুফুৰ আফা, দাওৰাই মাখেব, থাইগিৰ বিবাৰ হাজী আগৰ আদি ।
প্রশ্ন ৬। চমুটোকা লিখা : (ক) বিনোদ ব্রহ্ম (খ) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী (গ) শোভা ব্ৰহ্ম (ঘ) বীণেশ্বৰ ব্ৰহ্ম (ঙ) উপেন্দ্ৰ নাথ ব্ৰহ্ম
উত্তৰঃ (চমুটোকা পাঠ্যপুথিত চোৱা)
প্রশ্ন ৭। উত্তৰ দিয়া :
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) ছাৰ এডৱাৰ্ড গেইটৰ মতে বড়োসকলৰ বৃহৎ ৰাজ্য ক ত আছিল ?
উত্তৰ : অসম তথা উত্তৰ বংগত ।
(খ) বড়োসকলক উত্তৰ-পূৰ্ব বংগ, গোৱালপাৰা আৰু নেপালত কি হিচাপে জনা যায় ?
উত্তৰঃ উত্তৰ-পূব বংগ, গোৱালপাৰাত ‘মেচ’ আৰু নেপালত ‘মেচে’ হিচাপে।
(গ) কোন চনত বড়োভাষাক উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তর্ভুক্ত কৰা হয় ?
উত্তৰ : ১৯৬৮ চনত
(ঘ) কোন চনত বড়োভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে ?
উত্তৰ: ১৯৭৭ চনত৷
(ঙ) কোন চনত বড়োভাষাই অসমৰ অন্যতম ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰে ?
উত্তৰঃ ১৯৮৪ চনত।
(চ) কোন চনত বড়োভাষাই সাহিত্য একাডেমীৰ পৰা স্বীকৃতি লাভ কৰে ?
উত্তৰ: ২০০৫ চনৰ ১৭ অক্টোবৰ তাৰিখৰ পৰা ।
(ছ) কেতিয়াৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়োভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে ?
উত্তৰ: ২০০৫ চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা
(জ) বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৯৫২ চনৰ ১৬ নবেম্বৰ তাৰিখে।
(ঝ) কিহক বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে ?
উত্তৰ: আৰনাই খন
(ঞ) বড়ো ভাষাৰ প্ৰথম চুটিগল্প সংকলন কি ?
উত্তৰ: চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক” (১৯৭০)।
(ট) বড়ো ভাষাৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উত্তৰ: চিত্তৰঞ্জন মোছাহাৰীৰ ‘জুজাইনি অৰ’ (১৯৭২)।
(ঠ) বড়ো সকল কি কি ধৰ্মৰ লোক ?
উত্তৰ : খ্ৰীষ্টান ধৰ্ম, অনুকুল ধৰ্মৰ আৰু বৈষ্ণৱ ধৰ্মৰ লোক।
(ড) বড়ো সকলৰ প্ৰধান গীত সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি নাম লিখা।
উত্তৰ: বড়োসকলৰ প্ৰধান গীত সমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি— ১। প্ৰাৰ্থনা গীত, (আজ মেথায়), ২। লোকগীত (খুগা মেথায়) আৰু ৩। আধুনিক গীত (গৗদান মেথায়