Boisitramai Axom Class 10 Chapter 5 | বৈচিত্ৰ্যময় অসম মটকসকল

Here is Your Boisitramai Axom Class 10 Chapter 5 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 5 (মটকসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

Boisitramai Axom Class 10 Chapter 5

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

প্রশ্ন ১। মটক শব্দৰ অৰ্থ আৰু ইয়াৰ উৎপত্তি সম্বন্ধে লিখা। 

উত্তৰ: ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ । টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী পৰিক্ষিত অর্থাৎ ‘মটক’ মানে উপযুক্ত, জ্ঞানী, শক্তিশালী পণ্ডিত। ,

প্রশ্ন ২ । মটক সকল সাধাৰণতে কোন ধৰ্মৰ লোক ? 

উত্তৰ : ‘মটক’ সকল সাধাৰণতে ‘তাও ধৰ্মৰ লোক। পিছলৈ তেওঁলোকে মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল।

প্রশ্ন ৪। মটক সকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা । 

উত্তৰ : মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা আছিল মটকসকল। সেই কাৰণেই মটক সকলৰ ওপৰত মোৱামৰীয়া বিদ্ৰোহ দমাবৰ বাবে ৰজাঘৰৰ অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ আচল নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল । 

৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম- কাজৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ৷

উত্তৰ : সৰ্বানন্দ সিংহই মটক ৰাজ্যৰ উন্নতিৰ কাৰণে বিভিন্ন জনকল্যাণমূলক কামকাজ কৰিছিল। ৰঙাগড়া আলি; গোধা আলি, ৰাজগড় আলি, হাতী আলি আদি নিৰ্মাণ কৰি যাতায়তৰ সূচল কৰিছিল। ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌবিশটা পুখুৰী খন্দাইছিল। তাৰে ভিতৰত বেংমৰ পুখুৰী, তিনিকোণীয়া পুখুৰী, দেবী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলখোৱা পুখুৰী আদি উল্লেখযোগ্য ।

প্রশ্ন ৬। চমুটোকা লিখা ।

(ক) শিক্ষাবিদ পৱন নেওগ (খ) ৰাজকুমাৰ লক্ষেশ্বৰ গোহাঁই (গ) সৰ্বানন্দ সিংহ 

উত্তৰ: (চমুটোকা পাঠ্যপুথিত চাই লোৱা।)

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন (ক) কিমান চনত চুকাফাই অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ ১২২৮ চনত । 

প্রশ্ন (খ) কাৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল ? 

উত্তৰ : মটকৰ মুৰব্বীজনক। 

প্রশ্ন (গ) ‘বেঙেনাৰ নাতি’ কাক বোলা হৈছিল ? 

উত্তৰ : মটকৰ মুৰব্বীজনক। 

প্রশ্ন (ঘ) মটক সকলৰ উৎপত্তি কোন বংশত বুলি কোৱা হৈছে? 

উত্তৰ : কৃষি পিতৃ-পুৰুষ চাওফুৰা আলঙৰ সপ্ত বংশত মটকসকলৰ উৎপত্তি বুলি কোৱা হৈছে ।

প্রশ্ন (ঙ) চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে কাক লগ পাইছিল ? 

উত্তৰঃ টিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা মটকসকলক লগ পাইছিল। 

প্রশ্ন  (চ) তিনিচুকীয়া নাম কেনেকৈ হৈছিল ? 

উত্তৰঃ মটকাজ সৰ্বানন্দ সিংহই বেংমৰা নগৰত খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰবৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হ’ল।

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment