Class 10 Assamese Chapter 14 বিষাদযোগ

SEBA Class 10 Assamese Chapter 14 Question Answer বিষাদযোগ Question Answer. Here You Can find Your Class 10 Assamese Chapter 14 (বিষাদযোগ) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 14 Question Answer Common Question Answer for Assamese Medium Students.

class 10 Assamese, class 10 Assamese question answer, class 10 Assamese chapter 15 question answer, class 10 assamese syllabus 2021 seba,c lass 10 assamese lesson 15 question answer, অর্জুন বিষাদ-যোগ, class 10 assamese medium, class 10 assamese book question answer, class 10 assamese book question answer seba, polakh changmai class 10, hslc assamese question answer,দশম শ্ৰেণীৰ অসমীয়া,দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা

Class 10 Assamese Chapter 14
ক) মহাৰথী কাক বোলে ?

উত্তৰ: যি অকলে দশ হাজাৰ ধানুকীক যুজেঁ, তাকে মহাৰথী বোলে।

খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা ?

উত্তৰ: কৌৰৱৰ বিশিষ্ট সেনাপতি সকল হ’ল: গুৰু দ্ৰোণ, ভীষ্ম, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভুৰিশ্ৰৱা ইত্যাদি।

গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল ?

উত্তৰ: সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সলকো ঠাইতে শংখ, ভেৰী, আনক, গোমুখ আদি নানা বাদ্য বাজি উঠিল, তাৰে মহাশব্দ হ’ল।

ঘ) আততায়ী কাক বোলে?

উত্তৰ: যি বিষ দিব বিচাৰে, অগ্নি দিয়ে, ধৰ্ম সবস্ব কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাকো অপকাৰ কৰে, অস্ত্ৰ ধৰি যুজেঁ, এই ছয় দোষত দোষী সকলক আততায়ী বোলে।

Class 10 Assamese PDF
ঙ) কুলক্ষয় দোষ কি ?

উত্তৰ: কুলক্ষয় হলে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে। অধৰ্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্ট হয়।

প্ৰশ্ন: ৰ্অজুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ বুলি কিয়  কৈছিল? ( HSLC 15, 16, 18 )

উত্তৰ: ৰ্অজুনে তেওঁৰ সন্মুখত ৰথী মহাৰথী সকলক দেখি গান্ধীৱ ধনু ধৰি ভগৱান শ্ৰীকৃষ্ণক এইবুলি কৈছিল যে ————–

হে বান্ধৱ,  এই উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখা, মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ। যদি তুমি কোৱা তুমি যে যুজাঁৰো, যুদ্ধ চোৱা তোমাৰ কাম নহয়, তেন্তে ৰ্অজুনেনো কাৰ বিৰুদ্ধে যুঁদ্ধ কৰিব । ভাতৃ ৰ্দুযোধনৰ প্ৰতি অনুগত হৈ যি সকল বীৰ আহিছে তেওঁলোকক চাওঁ। গতিকে বান্ধৱ, মোৰ ৰথখন তুমি উভয় সেনাৰ মাজত ৰাখা।

প্ৰশ্ন : কুলক্ষয় দোষক কিয় মহপাপ বুলি কৈছে লিখা ? ( HSLC 17 )

উত্তৰ: কুলক্ষয় হলে কুল ধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলতো অৰ্ধম বিয়পে। অৰ্ধম বিয়পিলে কুলস্ত্ৰীসকল দুষ্ট হ’ব। স্ত্ৰী দুষ্টা হ’লে বৰ্ণসংকৰ হ’ব, কুল নৰকগতি হব। তেতিয়া পিতৃ সকল লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্ৰুতিত আছে। ৰাজ্যসুখ লোভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ অগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্ৰ নধৰো বুলি কৈছে।

প্ৰশ্ন: জানা ৰাজা যুদ্ধৰ সন্মুখত ৰ্অজুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা……।

এনেদৰে কোনে কাক কৈছে? ৰ্অজুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ নিজৰ কথাৰে লিখা । ( HSLC 2019 )

উত্তৰ: জানা ৰাজা যুদ্ধৰ সন্মুখত ৰ্অজুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা…… এনেদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছিল। ৰ্অজুনে জাতিধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মনুষ্যসকলক নৰকত বাস কৰিব। ৰাজ্যসুখৰ লোভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কতাতকৈ মৃত্যুয়েই শ্ৰেয়‌ । এইবুলি কৈ ৰ্অজুন মনে মনে বহি পৰিল ।

( HSLC COMMON SHOT QUESTION ANSWER )

১) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ? ( HSLC 2020 )

উত্তৰ: বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য ।

২) ভট্টদেৱে কায ওচৰত শৰণ লৈছিল ?

উত্তৰ: ভট্টদেৱে দামোদৰদেৱৰ ওচৰত শৰণ লৈছিল।

৩) ভট্টদেৱৰ গুৰু কোন ? ( HSLC 2019 )

উত্তৰ: দামোদৰদেৱ ।

Sl NoLink
1বৰগীত
2জিকিৰ
3প্ৰশস্তি
4মই অসমীয়া
5দৃশ্যান্তৰ
6উদ্যোগী হওঁ আহাঁ
7ভাৰতীয় সংস্কৃতি
8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9ইন্টাৰনেটৰ তিতা – মিঠা
10অৰুণিমা সিনহা
11অৰণ্য যাত্ৰা
12পাৰস্যত এভুমুখি
13কানাইৰ চাতুৰী
14ধৰ ঝাড়ু ধৰ ভাই
15 বিষাদযোগ
16প্রাচীন ভাৰতীয় শিক্ষা
17বৈচিত্র্যময় অসম

Leave a Comment