জিকিৰ – Class 10 Assamese Chapter 2 Question Answer

SEBA Class 10 Assamese Chapter 2 Question Answer জিকিৰ Assamese Medium Question Answer. Here You Can find Your Class 10 Assamese Chapter 2 (জিকিৰ ) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 2 Question Answer for Assamese Medium Students.

জিকিৰ Class 10

class 10 assamese chapter 2 Question Answer,class 10 assamese chapter 2 jikir question answer,class 10 assamese chapter 2 all question answer,class 10 assamese chapter 2 Question Answer, class 10 assamese zikir question answer,class x assamese zikir question answer,জিকিৰ class 10 question answer,jikir class 10 question answer,class 10 assamese lesson 2 question answer,class 10 assamese question answer chapter 2

Class 10 Assamese Chapter 2 Question Answer

জিকিৰ  MCQ & Short Question Answer 

1) জিকিৰ ৰচক কোন ?

উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলন।

2) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?

উত্তৰঃ জিকিৰ শব্দটি আৰৱী শব্দ ‘জিক্‌ৰ’ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা।

3) আজান ফকিৰৰ আচল নাম কি ?

উত্তৰঃ শ্বাহ মিলন।

4) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

উত্তৰঃ ৰূপাই দাধৰাই চকু কাঢ়িছিল।

5) আজান ফকিৰক ক’ত সংস্থাপিত কৰা হৈছিল ? 

উত্তৰঃ  শিৱসাগৰৰ সৰাগুৰি চাপৰিত।

6। জিকিৰৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ।

7 জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ হিন্দুৰ ভক্তিমূলক গীত বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

9। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

ৰছুল, মোমিন, ৰহম, কুটুব 

উত্তৰঃ 

ৰছুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

কুটুব – ধ্রুব নক্ষত্র।

10। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান।

উত্তৰঃ চিন্তো – ভাবোঁ।

ঘাট – পাৰ।

পীৰিতি – প্রেম।

আচমান – আকাশ।

11। অজান ফকীৰৰ আচল নাম কি?

উত্তৰঃ হজৰত শ্বাহ মিলন।

12। পোন প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক কোনে শিকাইছিল?

উত্তৰঃ জনশ্ৰুতি অনুসৰি আজান ফকীৰে শিকাইছিল।

13। চাহ মিলনকে কিয় আজান ফকিৰ বুলি কোৱা হয়?

উত্তৰঃ জনশ্ৰুতি অনুসৰি আজান ফকীৰেই পোন প্রথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হৈছিল।

15। ত্রিবেণী ঘাট বুলি কাক কোৱা হয়?

উত্তৰঃ গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থলীক ত্রিবেণী ঘাট বুলি কোৱা হয়।

16। ‘দৰিয়া’ শব্দৰ অৰ্থ কি?

উত্তৰঃ সাগৰ, নদী।

17। জিকিৰ শব্দটোৰ আৰবী শব্দ কি?

উত্তৰঃ ‘জিকৰ’।

18। কুটুৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ ধ্রুব নক্ষত্র।

22) জিকিৰৰ ৰচক কোন ?

উত্তৰ: জিকিৰৰ ৰচক হ’ল আজান ফকিৰ ।

23) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ: জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।

24) “ জিকিৰ ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰ : ‘জিকিৰ ’ শব্দটো আৰবী শব্দ “জিকৰ” পৰা ওলাইছে ।

25। তলৰ শব্দবােৰৰ অৰ্থ লিখা :

ৰছুল , মােমিন , ৰহম , কুটুব , বান্দা ।

উত্তৰ : ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।
মােমিন ― বিশ্বাসী মুছলমান ।
ৰহম ― দয়া ।
কুটুব ― ধ্রু , নক্ষত্র ।
বান্দা ― ভৃত্য ।

(ক) জিকিৰ ৰচক কোন ?

উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান।

(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?

উত্তৰঃ জিকিৰ শব্দটি ‘জিক্‌ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা।

(গ) জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি ?

উত্তৰঃ ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্ত্বই ইয়াৰ অন্তর্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।

(ঘ) জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় ?

উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।

(ঙ) জাৰী গীতত কিহৰ ঘটনা বর্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অর্থ কি ? 

উত্তৰঃ জাৰীসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান-হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে।

(চ) জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে ?

উত্তৰঃ জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে।

(ছ) জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে ? 

উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।

(জ) আজান ফকিৰৰ আচল নাম কি ?

উত্তৰঃ শ্বাহ মিলান।

(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

উত্তৰঃ ৰূপাই দাধৰাই চকু কাঢ়িছিল।

(ঞ) আজান ফকিৰক ক’ত সংস্থাপিত কৰা হৈছিল ? 

উত্তৰঃ সৰাগুৰি চাপৰিত।

পদ্যাংশ

১। জিকিৰৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ।

২। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ হিন্দুৰ ভক্তিমূলক-প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

৩। ‘জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উত্তৰঃ ‘জিকৰ’ শব্দৰপৰা ওলাইছে।

৪। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

ৰছুল, মোমিন, ৰহম, কুটুব 

উত্তৰঃ ৰছুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

কুটুব – ধ্রুব নক্ষত্র।

৫। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান।

উত্তৰঃ চিন্তো – ভাবোঁ।

ঘাট – পাৰ।

পীৰিতি – প্রেম।

আচমান – আকাশ।

Sl NoLink
1বৰগীত
2জিকিৰ
3প্ৰশস্তি
4মই অসমীয়া
5দৃশ্যান্তৰ
6উদ্যোগী হওঁ আহাঁ
7ভাৰতীয় সংস্কৃতি
8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9ইন্টাৰনেটৰ তিতা – মিঠা
10অৰুণিমা সিনহা
11অৰণ্য যাত্ৰা
12পাৰস্যত এভুমুখি
13কানাইৰ চাতুৰী
14ধৰ ঝাড়ু ধৰ ভাই
15 বিষাদযোগ
16প্রাচীন ভাৰতীয় শিক্ষা
17বৈচিত্র্যময় অসম

৬। অজান ফকীৰৰ আচল নাম কি?

উত্তৰঃ হজৰত চাহ মিলন।

৭। পোন প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক কোনে শিকাইছিল?

উত্তৰঃ জনশ্ৰুতি অনুসৰি অজান ফকীৰে শিকাইছিল।

৮। চাহ মিলনকে কিয় অজান ফকিৰ বুলি কোৱা হয়?

উত্তৰঃ জনশ্ৰুতি অনুসৰি অজান ফকীৰেই পোন প্রথমে অসমত অজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম অজান ফকীৰ হৈছিল।

৯। অসমৰ মানুহে তেওঁক কিয় অজান ফকীৰ বুলি গণ্য কৰিছিল?

উত্তৰঃ অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকেই তেওঁ অজান ফকীৰ বুলি অভিহিত কৰিছিল।

১০। ত্রিবেণী বুলি কাক কোৱা হয়?

উত্তৰঃ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্রিবেণী বুলি কোৱা হয়।

১১। ‘দৰিয়া’ শব্দৰ অৰ্থ কি?

উত্তৰঃ সাগৰ, নদী।

১২। জিকিৰ শব্দটোৰ আৰবী শব্দ কি?

উত্তৰঃ ‘চিকৰ’।

১৩। কুটুৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ ধ্রুব নক্ষত্র।

১৪। আহোম ৰজাই কাৰ হতুৱাই অজান ফকীৰৰ চকু কাঢ়িছিল?

উত্তৰঃ ৰূপাইদা ধৰা নামৰ মুছলমান বিষয়াৰ হতুৱাই চকু কঢ়াইছিল।

১৫। আহোম ৰজাই কিয় অজান ফকীৰ চকু কঢ়াইছিল?

উত্তৰঃ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ অপৰাধত।

১৬। অজান ফকীৰ মহাত্ম্য বুজি পাই আহোম ৰজাই তেওঁক কত মাটিবাৰী দি মছজিদ সজাই দিছিল?

উত্তৰঃ দিখৌমুখৰ ম’ৰাগুতি চাপৰিত।

Class 10 Assamese PDF

১। চমু উত্তৰ দিয়া :

( ক ) জিকিৰৰ ৰচক কোন ?

উত্তৰ: জিকিৰৰ ৰচক হ’ল-আজান ফকিৰ ।

( খ ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ: জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।

( গ ) “ জিকিৰ ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰ : ‘জিকিৰ ’ শব্দটো আৰবী ‘ জিক ’ শব্দৰ পৰা ওলাইছে ।

২। তলৰ শব্দবােৰৰ অৰ্থ লিখা :

ৰছুল , মােমিন , ৰহম , কুটুব , বান্দা ।

উত্তৰ : ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।
মােমিন ― বিশ্বাসী মুছলমান ।
ৰহম ― দয়া ।
কুটুব ― ধ্রু , নক্ষত্র ।
বান্দা ― ভৃত্য ।

৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷

― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।

উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।

উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা । দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া , প্রেম । নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও । আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ ।

এই দুনিয়াত মানুহে কিন্তু পাপ – পুণ্যৰ সঠিক । বিচাৰ কৰিব নাজানে । বহুতে ভাবে মক্কা দর্শন কৰিলে পুণ্য অর্জন কৰি বেহেস্তত জীৱই স্থান পায় । কিন্তু সেয়া এক ভ্রান্ত ধাৰণা । যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ’ল অভক্ষ বা অখাদ্য ঠিক একেদৰে গােটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দর্শন কৰি পুণ্য অর্জন কৰা ধাৰণাও অৱস্তৱ ।

৪। ব্যাখ্যা কৰা:

( ক ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷৷

উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কবিতাৰ অন্তর্গত ।
উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।

পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।

( খ ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷

উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কাব্যাংশৰ অন্তর্গত।
কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে ।

আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।

সমার্থক শব্দ লিখা:

চিন্তো , ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল ।

উত্তৰ : চিন্তো ― ভাৱাে ।
ঘাট ― নদীৰ পাৰ
পীৰিত ― প্রীতি
আচমান ― আকাশ , গগণ ।
দৰিয়া ― সাগৰ , নদী
পিয়াহ ― তৃষ্ণা ।
বাট ― ৰাস্তা ।
ভেল ― মৃতদেহ ।

Leave a Comment